মজুত (Assamese) [ Roman: mo.jut]
    1. (Proper Adj.-Neuter) suitable or ready for use; of use or service,readily obtainable; accessible সহজে পাব বা সংগ্ৰহ কৰিব পৰা
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-18
    Ref: চন্দ্ৰকান্ত অভিধান
    2. (Proper Adj.) Create by putting components or members together. বিভিন্ন অংশ (যন্ত্ৰ-পাতিৰ ক্ষেত্ৰত) অথবা সদস্য লগ লাগি একে লগ হোৱা |