মঙল (Assamese) [ Roman: mo.ngol]
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-27
    1. Astronomy(Proper Noun-Common) the planet fourth in order from the sun সূৰ্য্যৰ পৰা আঁতৰত চতুৰ্থ স্থানত থকা গ্ৰহটো
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-27
    2. (Verbal Noun) Some type of magical work(calculation) that can predict future. ভাল বেয়া, ভূত ভবিষ্যত গণনা কৰা কাৰ্য্য৷