ভোজ (Assamese) [ Roman: bho'j]
    du: ভোজ-ভাত
    Contributed by: Rupankar Mahanta on 2006-11-30
    1. (Abstract Noun-Neuter) a meal where a large number of people eat together. বহুত লোকে লগ হৈ একেলগে আহাৰ গ্ৰহণ কৰা এক অনুষ্ঠান।

    Description
    Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2006-11-30
    2. (Abstract Noun) The main meal of the day, eaten in the evening or at midday.a formal meal in honor of some person or occasion. ৰাতিৰ আহাৰ; দিনটোৰ প্ৰধান আহাৰ | কোনো বিশেষ ব্যক্তিৰ সন্মানাৰ্থে বা বিশেষ উদ্দেশ্যে আয়োজিত ভোজভাত |