বৰুণ (Assamese) [ Roman: bo.run]
    Contributed by: Biraj Kumar Kakati on 2010-10-20
    1. Hinduism(Proper Noun-Masculine) The god of water as per Hindu mythology. হিন্দু লোকবিশ্বাসমতে পানীৰ অধিপতি দেৱতা ৷
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-09-17
    2. Tree(Proper Noun-Neuter) a kind of wild tree of northern India, the fruits of which may be eaten উত্তৰ ভাৰতৰ হাবিত পোৱা এবিধ আওকাঠী গছ, যাৰ ফল খাব পাৰি