বোধ (Assamese) [ Roman: bo`dh]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-18
1. (Abstract Noun) the awareness of sth through the senses or the soul ইন্দ্ৰিয় বা আত্মাৰ দ্বাৰা কোনো বিষয়ে সজাগতা অৰ্জন
Contributed by: Partha P Sarmah on 2007-03-18
2. (Abstract Noun) the mental ability or capacity to think in a rational, systematic way and understand things at a higher level, the power to create and invent কোনো কথা শিকা, বুজি পোৱা আদিৰ মানসিক ক্ষমতা| যুক্তিগতভাবে বিচাৰ-বিবেচনা কৰিব পৰা, উচ্চপৰ্য্যায়ৰ কথা ভাবিব আৰু বুজি পাৱ পৰা সক্ষমতা, সৃষ্টি তথা আৱিষ্কাৰ কৰিবপৰা মানসিক শক্তি|
English:
Assamese:
Bodo:
Mising:
Khasi:
Garo:
Karbi: