☰
🏠
Home
🔤
Alphabetical
ℹ️
About
❓
Help
👤
Login
বেলপুং
(Assamese)
[
Roman:
bel.pung]
Contributed by:
Gitartha Bordoloi
on 2011-02-08
1.
(Proper Adj.-Common)
Too ready to believe others, One who can be tricked easily. যি আনক সহজে বিশ্বাস কৰে, যাক সহজে বিচলিত কৰিব পাৰি৷
English:
gullible
Assamese:
অচতুৰ
অজলা
আনাড়ী
আনাৰী
আলাভুলা
আলাভোলা
গোঙা
জপৰ্জল
জপৰ্জলৌ
বুদ্ধু
বেঙা
বেঙেৰা
বেল
বেলপুং
বেলবুং
ভেদেঙা
ভেবা
ভেলেকা
ভেলেঙা
ভোদা
ভোলাভাটৌ
লেবা
সহজ-সৰল
সৰল
হাৰলি
হোজা
হোল-গোঁজ
হোলাৰ ভাই মোলা
হোলোং-গোজ
Bodo:
जामबा
थखायजाग्रा
Bangla:
ভোঁদা
সরল