XOBDO.ORG Logo
🏠 Home 🔤 Alphabetical ℹ️ About ❓ Help 👤 Login

    বুতি bo (Assamese) [ Roman: bu.ti]
    Contributed by: Yugasmita Medhi on 2022-10-23
    1. (Proper Adj.-Common) A person or plant or animal below natural size. সাধাৰণতকৈ সৰু আকাৰৰ মানুহ, উদ্ভিদ অথবা জন্তু।

    Description
    English:
    dwarf
    Assamese:
    কঁটীয়া-বজৰু কঁঠালগুটীয়া কটীয়া কিটিৰা কেঁথা খাদৌ দৌ গাইথা bo ঘিটমিটীয়া ঘিটিৰ-মিটিৰ ঘিটিৰা চাপাৰ bo চুটি-চাপৰ টিকিৰা টিলিকা ঠিহিৰা থাউকাল বাংনা bo বাওনা বাটলুগুটীয়া বুতা বুতি bo বোন্দোৰা ভুটকুৰা মুনিয়া
    Bodo:
    बावना
    Mising:
    andeng mipet oted
    Dimasa:
    jotega
    Nepali:
    गान्टे पुड्को बुच्को
    Rabha:
    বাম্বুৰ
    Deori:
    চ্চতুগা-মুতুগা পাজ পাজবা পাতি-তিগা পাতিগা বাউনা
    © xobdo.org - a dictionary by you, for you, of you !!