বিশ্বাস্য (Assamese) [ Roman: bis.sa.jyo]
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2011-05-24
    1. (Proper Adj.-Common) one who can be believed or relied upon যাক বিশ্বাস বা ভৰষা কৰিব পৰা যায়
    Contributed by: Partha P Sarmah on 2007-06-28
    2. (Proper Adj.-Neuter) (of an explanation or excuse)seems to be apparently reasonable or convincing, likely to be true. দেখাত শুদ্ধ, যুক্তিপূৰ্ণ বা নিৰ্ভৰ কৰিব পৰা ব্যাখ্যা বা কৈফিয়ৎ, যি দৰাচলতে সঁচা হোৱাৰ সম্ভাৱনা থাকে