বিঘিনি (Assamese) [ Roman: bi.ghi.ni]
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-03-19
1. (Abstract Noun) Surrounding or erecting barriers to prevent entry and exit to a place কোনো ঠাইলৈ অহা-যোৱা নিষেধ কৰি আবৰি থকা বা আগত থিয় হোৱা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-03-19
2. (Abstract Noun) an unintended event resulting an unwanted results like misfortune or disaster. দুৰ্ভাগ্য বা সঙ্কটৰ দৰে অনাকাংক্ষিত ফলাফল দিয়া এক নিবিছৰা ধৰণৰ ঘটনা।