বাৰি (Assamese) [ Roman: ba.ri]
    Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-01-18
    1. (Material Noun-Neuter) A clear, colorless, odorless, and tasteless liquid, H2O, essential for most plant and animal life. প্ৰায় সকলো উদ্ভিদ আৰু প্ৰাণীৰ বাবে অপৰিহাৰ্য্য স্বচ্ছ, বৰণহীন, গন্ধহীন আৰু স্বাদহীন জুলীয়া পদাৰ্থ
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-16
    2. (Material Noun-Neuter) A relatively long and slender piece of wood or bamboo. বাঁহ বা কাঠৰ শকত, দীঘল, গোল মাৰি|

    বাৰি (Deori) [ Roman: ba.ri]
    Contributed by: Himasri Das on 2023-03-29
    3. Botany(Material Noun-Neuter) Grounds laid out with flowers, trees, and ornamental shrubs and used for recreation or display ফুল, গছ আৰু শুৱনী জোপোহাৰে আবৃত আৰু অৱসৰ বিনোদন অথবা প্ৰদৰ্শনৰ বাবে ব্যৱহাৰ কৰা ঠাই