বাকচ (Assamese) [ Roman: ba.kas.]
    co.adj: ডাঙৰ~, সৰু~, plc: -বিলাক, -বোৰ, dfc: -টো
    1. (Material Noun-Neuter) a container, case, or receptacle, usually rectangular, of wood, metal, cardboard, etc., and often with a lid or removable cover. সাধাৰণতে আয়তাকাৰ, কাঠ, ধাতু, ডাঠ-বকলা আদিৰে নিৰ্মিত আৰু এখন খোলা-বন্ধ কৰিব পৰা ঢাকনি থকা বস্তু ৰখা পাত্ৰ বা আচবাব।

    বাকচ (Deori) [ Roman: ba.kosh]
    Contributed by: Himasri Das on 2023-03-12
    2. (Material Noun-Neuter) a container, case, or receptacle, usually rectangular, of wood, metal, cardboard, etc., and often with a lid or removable cover. সাধাৰণতে আয়তাকাৰ, কাঠ, ধাতু, ডাঠ-বকলা আদিৰে নিৰ্মিত আৰু এখন খোলা-বন্ধ কৰিব পৰা ঢাকনি থকা বস্তু ৰখা পাত্ৰ বা আচবাব।