বাঁহ (Assamese) [ Roman: b~ah]
    co.adj: চুটি~, ডাঙৰ~, দীঘল~, সৰু~, plc: -বিলাক, -বোৰ, -সমূহ, dfc: -জোপা, -টো
    Contributed by: Rupa Sharma on 2006-06-10
    1. Plants(Common Noun) A kind of very tall herb used for making papers, house-hold items. এবিধ ঘাঁহ জাতীয় বৰ ওখ গছ৷ ইয়াক কাগজ, ঘৰুৱা সামগ্ৰী, কেছা ঘৰৰ খোটা আদি বনাবলৈ ব্যৱহাৰ কৰা হয়৷