প্ৰতিদৰ্শ (Assamese)
    Contributed by: Mousumi Konwar on 2023-11-20
    1. (Material Noun-Neuter) A portion, piece, or segment that is representative of a whole. কোনো বস্তুৰ এক অংশ বা টুকুৰা যি বস্তুটোক প্ৰতিনিধিত্ব কৰে বা গুণাগুণ ফুটাই তোলে।