পোৰণি (Assamese) [ Roman: po.ro.ni]
    Contributed by: Bikram M Baruah on 2011-03-26
    1. Medical Science(Material Noun-Neuter) redness, swelling, pain, heat, and disturbed function of an area of the body, esp. as a reaction of tissues to injurious agents. দেহৰ হানিকাৰক যিকোনো আঘাতৰ বিৰুদ্ধে কলাসমূহে কৰা প্ৰতিক্ৰিয়া হিচাপে শৰীৰৰ কোনো অংশত সৃষ্টি হোৱা ৰঙা পৰা, উখহা, বিষ, গৰমভাৱ আৰু কাৰ্য্যবিচ্যুতি
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-19
    2. (Abstract Noun) the feeling or sensation of being burnt. জুইয়ে পোৰাৰ অনুভূতি বা যন্ত্ৰণা।