পোনা (Assamese) [ Roman: po’.na]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-27
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-27
2. (Verb-Trans.) Direct into a position for use. কোনো বস্তুত লক্ষ্য স্থিৰ কৰা।
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-18
3. (Verb-Trans.) to make or become straight. বেঁকা অৱস্থাৰ পৰা চিধা বা সৰলৰৈখিক অৱস্থালৈ আন্।