পিয়াহ (Assamese) [ Roman: pi.yah]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-15
    Ref: চন্দ্ৰকান্ত অভিধান
    1. Anatomy(Material Noun-Neuter) Either of two soft fleshy milk-secreting glandular organs on the chest of a woman. নাৰীৰ বুকুত থকা দুগ্ধ নিঃসৰণকাৰী আৰু কোমল মঙহাল অংগদুটাৰ যিকোনো এটা ৷
    Contributed by: Nilotpal Borpujari on 2006-06-17
    2. (Verb-Intran.) the need of consuming water পানী খোৱাৰ হেঁপাহ