পদ (Assamese) [ Roman: pod]
n: পদ, পদ
1. Anatomy(Material Noun-Neuter) the terminal part of the leg, below the ankle joint, on which the body stands and moves. ভৰিৰ খাৰগাঁঠিৰ তলত থকা প্ৰান্তীয় অংশ, যাৰ ওপৰত দেহাটো থিয় হৈ থাকে আৰু লৰচৰ কৰে৷
Contributed by: Biraj Kumar Kakati on 2009-08-09
2. (Abstract Noun) Part of a poem with two rhyming lines each containing fourteen letters. দুফাঁকি কথাৰ প্ৰতি ফাঁকিত চৈধ্যটা আখৰ থকা আৰু প্ৰতি দুফাঁকিৰ শেষৰ আখৰ মিলা এবিধ অসমীয়া ছন্দ ৷
3. (Abstract Noun-Neuter) an official position
Contributed by: নৱনাথ চহৰীয়া on 2021-04-13
4. Language-Linguistics(Common Noun-Common &/or Masculine) a traditional class of words (such as adjectives, adverbs, nouns, and verbs) distinguished according to the kind of idea denoted and the function performed in a sentence
শব্দৰ ধাৰণা আৰু ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি পাৰম্পৰিকভাবে কৰা কোনো ভাষাৰ শ্ৰেণী৷ উদাহৰণস্বৰূপে বিশেষ্য, বিশেষণ, সৰ্বনাম ইত্যাদি৷ বেছিভাগ ব্যাকৰণতে, বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অৰ্থব্যঞ্জক শব্দকেই পদ বোলা হৈছে৷