পণ্ডিত (Assamese) [ Roman: pon.dit]
plc: -বিলাক, -সকল, dfc: -গৰাকী, -জন, -টো
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-26
Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
1. (Proper Adj.-Common) having, showing, or dictated by wisdom, prudence, or sensibility জ্ঞান, বুদ্ধিমত্তা আৰু ইন্দ্ৰিয়ানুভূতি থকা, প্ৰকাশ কৰা বা তাৰ দ্বাৰা পৰিচালিত (ব্যক্তি)Assamese:
অন্তৰ্বাণি অৱবুদ্ধ আত্মজ্ঞ উদ্বুদ্ধ উদ্বোধিত ক্ষেত্ৰজ্ঞ জানন্তা জ্ঞানজ্যেষ্ঠ জ্ঞানশালী জ্ঞানী জ্ঞানৱন্ত জ্ঞানৱান ত্ৰিকায় ধীমান ধীযুক্ত ধীসম্পন্ন পণ্ডিত প্ৰজ্ঞাৱান প্ৰবুদ্ধ প্ৰমতি প্ৰাজ্ঞ বিজ্ঞ বিদ্বজন বিদ্বান বিদ্যাধৰ বিবুধ বিবুধান বুদ্ধ বুদ্ধিত বৃহস্পতি বুদ্ধিদ্বীপ্ত বুদ্ধিবন্ত বুদ্ধিমন্ত বুদ্ধিমান বুদ্ধিশালী বুধ বেত্তা মথিয়ন মেধাযুক্ত মেধাৱান মেধাৱী সম্বুদ্ধ সাৰস্বত সুধী সুমনা সূৰ সূৰি সূৰী
Mising:
Garo:
Meeteilon:
Mizo (Lushai):
Dimasa:
Nepali:
Tiwa:
Different POS:
a. Abstract Noun: knowledgeperceptionঅৱগতিঅৱগমওৱাকিপ...Related Idea:
b. Proper Adj.-Common: proficientকাৰ্য্যদক্ষব্যুৎপত্তিমন্তব্যুৎপন্নসিদ্ধহস্ত...Contributed by: Partha P Sarmah on 2007-11-15
2. (Proper Adj.-Common &/or Masculine) having a lot of knowledge and wisdom gained after serious studies and understanding- e.g. a learned professor; connected with or for learned, scholarly people-e.g. a learned response/journal যথেষ্ট পঢ়া শুনা আৰু অধ্যয়নৰ পৰা (কাৰিকৰী বিষয়ৰ ক্ষেত্ৰত ইয়াৰ লগতে অনুশীলনী)অৰ্জা জ্ঞানৰ লগতে চিন্তা চৰ্চা কৰিব পৰা আৰু বোধশক্তিত চহকী লোক ৷ জ্ঞানী বা পণ্ডিত লোকৰ সৈতে জড়িত |
Contributed by: Partha P Sarmah on 2011-08-14
3. (Common Noun-Common &/or Masculine) a highly trained and extraordinarilly skilled person in the techniques, performance of art, especially music. কলা, বিশেষকৈ সংগীতত উচ্চ খাপৰ প্ৰশিক্ষণ আৰু পাৰ্গতালি থকা ব্যক্তি৷