পটি (Assamese) [ Roman: po.ti]
    alt: পটী
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-09-20
    1. (Material Noun-Neuter) A part of a village or town. ওচৰা-উচৰিকৈ থকা মানুহবিলাকৰ ঘৰসমূহ, গাওঁ বা নগৰৰ এভাগ |
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-14
    2. (Material Noun-Neuter) ornamental cord or braid, esp. of gold or silver, used to decorate clothes at the edges চাদৰ, মেখেলা আদি কাপোৰৰ দাঁতিত লগোৱা গুণাৰে বোৱা বা গুণা-কটা ঠেক কাপোৰ বা ফিটা
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2023-09-19
    3. (Common Noun-Neuter) a thin, flat strip of some material for binding, confining, trimming, protecting, etc. কোনো বস্তুৰ পাতল, চেপেটা, দীঘলীয়া টুকুৰা যাক বান্ধিবলৈ, সীমাৰে আৱদ্ধ কৰিবলৈ বা আন কামত ব্যৱহাৰ কৰা হয়৷
    English:
    Assamese: