নৰিয়া (Assamese) [ Roman: no.ri.ya]
    Contributed by: Rupankar Mahanta on 2006-04-01
    1. (Abstract Noun-Neuter) a physical or medical state of pain, distress caused by a disease or injury. ৰোগ বা আঘাতৰ দ্বাৰা সৃষ্ট বেদনা আৰু দুৰ্দশাজনক শাৰীৰিক অৱস্থা৷
    Ref: হেমকোষ (পুৰণি)
    2. (Common Noun) a sick or ill person. অসুখ বা ৰোগত ভুগি থকা ব্যক্তি৷