নেওচ্ (Assamese) [ Roman: ne.o`s]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-27
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Verb-Trans.) to express utter disapproval of তীব্ৰ বেয়া পোৱা ভাৱ প্ৰকাশ কৰা
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-30
    2. (Verb-Trans.) to keep away from (a place, person, object, etc.), from motives of dislike, caution, etc. তুচ্ছ বা হীন বুলি ভাবি অথবা বেয়া পাই ত্যাগ কৰ্।