নিষ্ঠাবান (Assamese) [ Roman: nis.tha.ban]
Contributed by: Rituraj Saikia on 2006-09-04
1. (Proper Adj.-Common &/or Masculine) conforming to the laws of a faith or religion কোনো ধৰ্মৰ নীতি অনুসৰণ কৰা
Assamese:
আচাৰনিষ্ঠ ঈশ্বৰ-প্ৰেমী ঐকান্তিক ধাৰ্মিক ধৰ্মপ্ৰাণ ধৰ্মপৰায়ণ ধৰ্মভীৰু ধৰ্মষু ধৰ্মাত্মা ধৰ্ম্মনিষ্ঠ ধৰ্ম্মমূৰ্ত্তি ধৰ্ম্মাত্মা ধৰ্মৱন্ত নিষ্ঠাবান নিষ্ঠাশীল নিষ্ঠাৱন্ত নৈষ্ঠিক পবিত্ৰাত্মা পুণ্যকমল পুণ্যশীল পুণ্যৱন্ত পুণ্যৱান পুনীতা ভক্তিপৰায়ণ ভগৱৎপ্ৰেমী শুদ্ধচিত্ত শুদ্ধমতি শুদ্ধাত্মা সাধু সুব্ৰত স্বধৰ্মী
Bodo:
Nagamese:
Antonyms:
a. Proper Adj.-Common: hereticবিধৰ্ম্মীनास्तिक...Different POS:
b. Abstract Noun: orthodoxyগোড়ামিधोरोम ग`नायनाय...Contributed by: Bikram M Baruah on 2006-09-04
2. (Proper Adj.) serious about one's work; giving full effort to do a work effectively নিজৰ কামৰ প্ৰতি নিষ্ঠা থকা; কোনো কাম সঠিকভাৱে কৰিবলৈ সম্পূৰ্ণ প্ৰচেষ্টা কৰা