নিগ্ৰহ (Assamese) [ Roman: ni.groh]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-07
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Abstract Noun-Neuter) Putting an end or bring under subjugation esp. by use of force বল প্ৰয়োগ কৰি শেষ কৰা বা বশ কৰা
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-07
    Ref: চন্দ্ৰকান্ত অভিধান
    2. (Verbal Noun) the state of being regarded unfavorably অনুগ্ৰহ বা দয়াৰ অভাৱ