ধৈৰ্যশীল (Assamese) [ Roman: dhoi.jyo.xil]
    alt: ধৈৰ্য্যশীল, fm: ধৈৰ্যশালিনী, ধৈৰ্যশীলা
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-08-05
    1. (Proper Adj.-Masculine) suffering delay, pain, irritation etc quietly and without complaining. যিকোনো দুখতো কোনো ধৰণৰ প্ৰতিবাদ নকৰাকৈ থকা, স্থিৰ আৰু সহিঞ্চু স্বভাৱৰ ৷