দৰা (Assamese) [ Roman: do.ra]
dfc: -জন, -টো
Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2006-08-22
1. (Common Noun-Masculine) a newly married man or a man about to be married সদ্য-বিবাহিত বা বিয়াৰ বাবে সাজু হোৱা পুৰুষ
Contributed by: Biraj Kumar Kakati on 2009-02-15
2. (Verb-Trans.) Discuss the terms of a sale persistently কিনা-বেচাৰ বাবে বস্তুৰ মূল্য বা অন্য চৰ্ত্তৰ বিষয়ে আলোচনা কৰ্
Assamese:
Bodo:
Garo:
Dimasa:
Deori: