দেধাৰ (Assamese) [ Roman: de.dhar]
    Contributed by: Biraj Kumar Kakati on 2008-11-21
    1. (Proper Adj.) present or available much more than what is needed প্ৰয়োজনতকৈও অধিক উপলভ্য৷
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-05-07
    2. (Adverb) in large number or quantity. অধিক পৰিমাণে থকা বা কিবা উপাৰ্জন কৰা৷