দিহা (Assamese) [ Roman: di.ha]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-13
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Abstract Noun) any means of curing a disease কোনো বেমাৰ ভাল কৰিবলৈ বা আহুকাল দূৰ কৰিবলৈ কৰা ব্যৱস্থা
    Contributed by: Biraj Kumar Kakati on 2009-05-17
    2. (Abstract Noun) Something that provides direction or advice as to a decision or course of action. কোনো কাম কৰিবলৈ দিয়া বুদ্ধি; পৰামৰ্শ বা শিকনি ৷
    3. (Abstract Noun) opinion about what could or should be done about a situation or problem. কোনো পৰিস্থিতি বা সমস্যাৰ পৰিপ্ৰেক্ষিতত কি কৰিব পাৰি বা কৰা উচিত সেই সম্পৰ্কে মতামত।