1. (Verb-Intran.) Remain in a certain state or position. কোনো এক নিৰ্দিষ্ট অৱস্থা অথবা অৱস্থান বৰ্তাই ৰাখ ৷
Example Sentences:
1. তই ইয়াত ৰৈ থাক্।
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-18
2. (Verb-Intran.) to live in a place / to reside কোনো ঠাইত বসতি কৰ্