তিলনি (Assamese) [ Roman: ti.lo.ni]
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-05-29
    Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
    1. (Verbal Noun) a ceremony performed by Hindus on the third day after death. মানুহ মৰাৰ তিনি দিনৰ দিনা মৃতকৰ উদ্দেশ্যে তিল-জল আদি দিয়া কাৰ্য ৷
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-05-29
    2. (Proper Noun-Neuter) a field of sesamum plants. তিলৰ খেতি কৰ ঠাই ৷

    তিলনি (Bishnupriya Manipuri) [ Roman: tilani]
    Contributed by: Anjali Sonowal on 2008-09-28
    3. (Abstract Noun) the presence of friends, partners & family members around ওচৰত বন্ধু-বান্ধৱ, সহযোগী আৰু পৰিয়ালৰ লোকৰ উপস্থিতি