ঢুকাই যা (Assamese) [ Roman: dhu.kai ja]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-03-08
c. Proper Adj.-Neuter: deadlifelessঅপহতগতায়ুগতায়ুষ...
d. Abstract Noun: deaddeathdebitdeceasedemise...
1. (Verb-Intran.) The termination of all biological functions that sustain a living organism. কোনো জীৱিত বস্তুৰ জৈৱিক কাৰ্যকলাপবোৰ বন্ধ হৈ যোৱা অৱস্থা৷
Assamese:
অনন্ত ধামলৈ গতি কৰ্ ইহলীলা সম্বৰণ কৰ্ ইহলোক সামৰ্ চকু মুদ্ ঢুকা ঢুকাই থাক্ ঢুকাই যা দেহাৱসান ঘট্ দৈৱগতি প্ৰাপ্ত হ নিহত হ প্ৰাণত্যাগ কৰ্ পৰলোক প্ৰাপ্তি ঘট্ পৰলোক প্ৰাপ্তি হ পৰলোক হ বিয়োগ হ মৃত্যু বৰণ কৰ্ মৃত্যু মুখত পৰ্ মৃত্যু হ মৰি থাক্ মৰি যা মৰ্ লোকান্তৰ হ শেষ নিশ্বাস ত্যাগ কৰ্ শেষ নিশ্বাস পেলা সিফলীয়া হ স্বৰ্গগতি প্ৰাপ্ত হ স্বৰ্গী হ
Bodo:
Garo:
Meeteilon:
Mizo (Lushai):
Karbi:
Hmar:
Dimasa:
Bangla:
Tiwa:
Deori:
TAI-Turung:
Singpho:
Antonyms:
a. Verb-Intran.: livesurviveজী থাক্জীয়াই থাক্টিক্...Different POS:
b. Verb-Trans.: executekilllynchmurderpierce...c. Proper Adj.-Neuter: deadlifelessঅপহতগতায়ুগতায়ুষ...
d. Abstract Noun: deaddeathdebitdeceasedemise...