ডৰখ (Assamese) [ Roman: do.rokh]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-28
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Material Noun-Neuter) A long rope for confining a grazing animal গৰু, ছাগলীয়ে পথাৰত মুকলিভাৱে ঘাঁহ খাব পৰাকৈ বন্ধা দীঘল ৰছী ৷