জ্বালামুখ (Assamese) [ Roman: jwa.la.mukh]
    Contributed by: Benjamin Kaman on 2010-02-10
    1. (Material Noun-Neuter) a big visible opening or materials removed from a solid object এক ডাঙৰ চকুৰে মণিব পৰা ফুটা বা কোনো গোটা বস্তুৰ পৃষ্ঠৰ পৰা এটা অংশ আঁতৰালে সৃষ্টি হোৱা খালি ঠাই
    Contributed by: Biraj Kumar Kakati on 2009-06-05
    2. (Material Noun-Neuter) The bowl shaped opening of the volcano through which hot magma comes out in the form of lava. জ্বালামুখী পৰ্ব্বতৰ পৰা জুই ওলোৱা বিন্ধা বা মুখ ৷