জিকাৰ (Assamese) [ Roman: ji.kar]
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-06-18
    1. (Abstract Noun) A movement with a sudden, hard blow. হঠাতে জোৰেৰে হোৱা এক লৰচৰ।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-04
    Ref: চন্দ্ৰকান্ত অভিধান
    2. (Verb-Intran.) vibration of the body due to emotion, cold or the like. কোনো এক অনুভূতিৰ বাবে গাটো শিহৰি উঠা।
    Contributed by: Anup Raj Hazarika on 2023-04-01
    Ref: অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা
    3. (Verb-Trans.) to raise or draw up the shoulders in dislike, dread, doubts etc. অসন্তুষ্টি, অসন্মতি, ভয়, সন্দেহ আদি বুজাবলৈ দুই কান্ধ ওপৰলৈ কোঁচা৷