জহৰ (Assamese) [ Roman: jo.hor]
    Contributed by: Anjali Sonowal on 2008-12-15
    1. (Material Noun-Neuter) Any substance that causes injury or illness or death of a living organism. খালে বা তেজেৰে মিহলি হ’লে প্ৰাণ মৰা বস্তু।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-23
    Ref: চন্দ্ৰকান্ত অভিধান
    2. (Material Noun-Neuter) A pearl or mineral that has been cut and polished for use as an ornament. অলংকাৰ বা গহণা আদি তৈয়াৰ কৰিবলৈ কাটি চাফা কৰি ব্যৱহাৰ কৰা কোনো মুক্তা বা খনিজ পদাৰ্থ ৷