জল (Assamese) [ Roman: jol]
    1. (Material Noun-Neuter) A clear, colorless, odorless, and tasteless liquid, H2O, essential for most plant and animal life. প্ৰায় সকলো উদ্ভিদ আৰু প্ৰাণীৰ বাবে অপৰিহাৰ্য্য স্বচ্ছ, বৰণহীন, গন্ধহীন আৰু স্বাদহীন জুলীয়া পদাৰ্থ
    Contributed by: Atul Ch. Kakoti on 2009-08-16
    2. Anatomy(Proper Noun) The vascular structure in the uterus of most mammals providing oxygen and nutrients for and transferring wastes from the developing foetus. গৰ্ভধাৰণৰ কালছোৱাত গৰ্ভাশয়ক আৱৰি থকা আচ্ছাদন; ই সন্তানটিক পুষ্টি আৰু অক্সিজেন যোগান ধৰে |‌

    জল (Bangla)
    Contributed by: Sushanta Kar on 2011-02-13
    3. (Material Noun-Neuter) A clear, colorless, odorless, and tasteless liquid, H2O, essential for most plant and animal life. প্ৰায় সকলো উদ্ভিদ আৰু প্ৰাণীৰ বাবে অপৰিহাৰ্য্য স্বচ্ছ, বৰণহীন, গন্ধহীন আৰু স্বাদহীন জুলীয়া পদাৰ্থ