জমুড়িকা (Assamese) [ Roman: jo.mu.ri.ka]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-22
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Common Noun) a kind of food prepared by frying paddy seeds in hot utensil without applying oil. তপত কেৰাহীত ধান ভাজি তৈয়াৰ কৰা এবিধ জলপান৷ অসমীয়া বিয়াত হোমৰ জুইত দিবলৈ কইনাৰ ভায়েকে দৰাৰ হাতত ইয়াক তুলি দিয়ে৷