চোবা (Assamese) [ Roman: so\'.ba]
    Contributed by: ৰূপকমল on 2007-02-09
    1. (Verb-Trans.) to crush food into smaller, softer pieces with the teeth so that it can be swallowed দাঁতৰ সহায়ত খোৱা-বস্তু সৰু, কোমল টুকুৰালৈ ৰূপান্তৰিত কৰ্ যাতে গিলিব পৰা যায়
    English:
    Assamese:
    Mising:
    Khasi:
    Meeteilon:
    Mizo (Lushai):
    Karbi:
    Nagamese:
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-03
    Ref: চন্দ্ৰকান্ত অভিধান
    2. (Material Noun-Neuter) the remaining solid part after (anything) being chewed and the juice swallowed দাঁতেৰে কামুৰি কামুৰি (কোনো বস্তুৰ) ৰস খাই পেলোৱাৰ পাছত ৰৈ যোৱা সিতা বা কঠিন অংশ