চেঁচুক (Assamese) [ Roman: se~.suk]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-12-16
1. (Proper Adj.-Neuter) Slightly wet or having moisture content. অলপ পানী অথবা জলীয় অংশযুক্ত৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-03
Ref: চন্দ্ৰকান্ত অভিধান
2. (Material Noun-Neuter) a damp and shady place. ৰ’দ নপৰাৰ কাৰণে চেঁচা আৰু জেকা বা জেলুকীয়া ঠাই।