চূড়া (Assamese) [ Roman: sura]
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-10-29
    1. (Material Noun-Neuter) the pointed top of a mountain or any structure. পৰ্ব্বত বা অন্য কোনো গাঁথনিৰ আটাইতকৈ ওখ জোঙা অংশ।
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-10-29
    2. (Abstract Noun) the highest or most important point or level achieved. কোনোৱে অৰ্জা বা আৰোহণ কৰা আটাইতকৈ ওখ বা গুৰুত্বপূৰ্ণ স্থান বা পৰ্য্যায়।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-04-11
    Ref: চন্দ্ৰকান্ত অভিধান
    3. (Material Noun-Neuter) the feathers on the head of birds চৰাইৰ মূৰৰ পাখি
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-13
    4. Hinduism(Abstract Noun) a single hair left on the head (of a male) as a part of a ritual observed by caste Hindus বৰ্ণহিন্দুৰ এক প্ৰথা অনুসৰি ল’ৰাৰ গোটেইটো মূৰ খুৰাই মাজ মূৰত ৰখা এডাল চুলি