চূড় (Assamese) [ Roman: sur]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-04-11
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Material Noun-Neuter) the feathers on the head of birds চৰাইৰ মূৰৰ পাখি
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-05-05
    2. Hinduism(Abstract Noun) a single hair left on the head (of a male) as a part of a ritual observed by caste Hindus বৰ্ণহিন্দুৰ এক প্ৰথা অনুসৰি ল’ৰাৰ গোটেইটো মূৰ খুৰাই মাজ মূৰত ৰখা এডাল চুলি