চহৰold (Assamese) [ Roman: so.hor]
    Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2006-09-01
    1. (Abstract Noun) a thickly populated area, usually smaller than a city and larger than a village, having fixed boundaries and certain local powers of government. নগৰতকৈ সৰু আৰু গাঁৱতকৈ ডাঙৰ, নিৰ্দ্দিষ্ট সীমা থকা আৰু চৰকাৰী ক্ষমতা-প্ৰাপ্ত স্থানীয় নিকায়ৰ অধীনত থকা এক ঘন জন-বসতিপূৰ্ণ এলেকা

    Example Sentences:

    1. সি চাকৰিৰ সন্ধানত চহৰলৈ গৈছে।
    Contributed by: Prasenjit Khanikar on 2006-09-01
    2. (Material Noun-Neuter) A group of disciple villages of Xotros(monasteries which were established to propagate neo Vaishnavism). কেইখনমান গাঁওক গোট হিচাপে ধৰি সত্ৰৰ শিষ্য গাঁওবিলাকক কিছুমান সমষ্টিত ভাগ কৰা হৈছে । এনে সমষ্টি এটাক চহৰ বোলে ।
    Assamese:
    Contributed by: Prasenjit Khanikar on 2006-09-01
    3. (Material Noun-Neuter) a small community or group of houses in a rural area, larger than a hamlet and usually smaller than a town. নগৰৰ পৰা আঁতৰত, নগৰতকৈ সৰু আৰু চুবুৰিতকৈ ডাঙৰ এক জনবসতি বা একেলগে থকা কিছুমান ঘৰ।

    চহৰ (Hajong)
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-09-14
    4. (Abstract Noun) a thickly populated area, usually smaller than a city and larger than a village, having fixed boundaries and certain local powers of government. নগৰতকৈ সৰু আৰু গাঁৱতকৈ ডাঙৰ, নিৰ্দ্দিষ্ট সীমা থকা আৰু চৰকাৰী ক্ষমতা-প্ৰাপ্ত স্থানীয় নিকায়ৰ অধীনত থকা এক ঘন জন-বসতিপূৰ্ণ এলেকা