চতুলা (Assamese) [ Roman: so.tu.la]
Contributed by: Mousumi Konwar on 2023-02-09
Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
1. (Abstract Noun) a brilliant electric spark discharge in the atmosphere, occurring within a thundercloud, between clouds, or between a cloud and the ground. আকাশত, ডাৱৰত খন্তেকীয়াকৈ হোৱা বিদ্যুতৰ চমকনি।English:
Assamese:
অচিৰপ্ৰভা অচিৰাংশু অচিৰাভা অণুভা অনুপ্ৰভা অশনি আকাশী চৰগ ক্ষণদ্যুতি ক্ষণপ্ৰকাশ খাৰ-জিলিকনি চকমকী চঞ্চলা চতুলা চপল চিকিমিকি চিকুৰ চৰক চৰগ চৰগশিল ত্বৰিত্ তড়িত্প্ৰকাশ তড়িৎ দামিনী নিৰ্ঘাত নীলাঞ্জনা বজ্ৰ বজ্ৰপাত বজ্ৰাগ্নি বজ্ৰাঘাত বজ্ৰালোক বিজুলিচমক বিজুলী বিজুৰি বিদুলী বিদ্যুতচমক বিদ্যুতিকা বিদ্যুত্প্ৰভা মেঘজ্যোতি মেঘাগ্নি শম্পা সৌদামিনী
Mising:
Khasi:
Garo:
Meeteilon:
Bishnupriya Manipuri:
Hmar:
Dimasa:
TAI-Ahom:
Hajong:
TAI-Phake:
TAI-Khamti:
Related Idea:
a. Abstract Noun: thunderকুলিশপাতগাজনিচতুলাঢেৰেকনি...Contributed by: Mousumi Konwar on 2023-02-08
Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
2. (Abstract Noun) a loud, explosive, resounding noise produced by the explosive expansion of air heated by a lightning discharge. বিজুলী সঞ্চাৰে বায়ুক উত্তাপিত কৰাৰ ফলত হোৱা বিস্ফোৰণে সৃষ্টি কৰা অতি ডাঙৰ, প্ৰতিধ্বনিত শব্দ।