ঘণ্টা (Assamese) [ Roman: ghon.ta]
1. (Abstract Noun) one of 24 parts of a day দিনটোৰ ২৪ ভাগৰ এভাগ
2. (Material Noun-Neuter) A cup-shaped hollow metal instrument with a pendulum inside that emits a tone when struck. পিয়লাৰ আকৃতিৰ এটা ধাতৱ সঁজুলি, যাৰ ভিতৰত থকা দোলকটো লৰালে গাত খুন্দা খাই এক ধ্বনিৰ সৃষ্টি কৰে