গাঁত (Assamese) [ Roman: ga~t]
Contributed by: Rubul Mout (ৰুবুল মাউত) on 2006-08-01
1. (Material Noun-Neuter) a big visible opening or materials removed from a solid object এক ডাঙৰ চকুৰে মণিব পৰা ফুটা বা কোনো গোটা বস্তুৰ পৃষ্ঠৰ পৰা এটা অংশ আঁতৰালে সৃষ্টি হোৱা খালি ঠাই