খজুৱা (Assamese) [ Roman: kho.ju.wa]
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-05-29
    1. (Verb-Intran.) to break, mar, or mark the surface of by rubbing, scraping, or tearing with something sharp or rough দেহৰ কোনো পৃষ্ঠত চোকা বা খহটা বস্তুৰে ঘঁহি, মোহাৰি বা আঁচুৰি দে
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-05-29
    2. (Verb-Intran.) to have or feel a peculiar tingling or uneasy irritation of the skin that causes a desire to scratch the part affected ছালৰ কোনো অংশত এনে অনুভৱ কৰ যি নখ বা তেনে কোনো বস্তুৰে স্পৰ্শ কৰি শাম কটাব পাৰি৷