কৰ্মনাশা (Assamese) [ Roman: kor.mo.na.xa]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-21
Ref: চন্দ্ৰকান্ত অভিধান
1. (Proper Adj.-Neuter) harmful; liable to cause damage and loss;dangerous যি অপকাৰ বা ক্ষতি কৰিব পাৰেContributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-03
2. PlaceRiver(Proper Noun-Neuter) A small river-island in Brahmaputra near Guwahati. Found in Indian mythology. ব্ৰহ্মপুত্ৰৰ মাজত গুৱাহাটীৰ উমানন্দৰ কাষত এটা নিচেই সৰু নদী দ্বীপ৷ পৌৰাণিক আখ্যান মতে এইটো দেখিলে শুভ কাম নাশ হয়৷
Assamese: