কোবা (Assamese) [ Roman: ko`.ba]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-06
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Verb-Trans.) To apply sudden force with a intention of causing harm. কাৰোবাক আঘাত কৰাৰ উদ্দেশ্যে হঠাতে বল প্ৰয়োগ কৰা।
    Contributed by: Mousumi Konwar on 2023-01-31
    Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
    2. (Material Noun-Neuter) a perpendicular support to a fence বেৰৰ পথালি কামীবিলাকক হেঁচা মাৰি ধৰিবৰ কাৰণে সেইবিলাকৰ ওপৰত বন্ধা থিয় কামী
    English:
    Assamese: