কেতু (Assamese) [ Roman: ke.tu]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-02
    1. (Material Noun-Neuter) A piece of cloth, usually rectangular, of distinctive color and design, used as a symbol, standard, signal, or emblem এটা প্ৰতীক, মান, চিহ্ন বা মোহৰ হিচাপে ব্যৱহাৰ কৰা সাধাৰণতে আয়তাকাৰ আৰু নিৰ্দ্দিষ্ট ৰং আৰু গঢ়ৰ এটুকুৰা কাপোৰ
    Contributed by: Bikram M Baruah on 2008-11-08
    2. (Abstract Noun) something used for or regarded as representing something else; a material object representing something, often something immaterial. কিহবাক প্ৰতিনিধিত্ব কৰিবলৈ ব্যৱহাৰ কৰা বা কিহবাক সূচোৱা বুলি ধৰা আন কোনো বস্তু।
    Contributed by: Bikram M Baruah on 2008-11-08
    3. (Proper Noun-Common) The ninth planet according to Indian Astrology that eats the Sun, signifying the Solar Eclipse. হিন্দু বিশ্বাস মতে ৯টা গ্ৰহৰ এটা| গ্ৰহণৰ সময়ত ই সূৰ্য্যক গ্ৰাস কৰে|
    English:
    Assamese:
    Dimasa:

    Related Idea:

    a. Proper Noun-Masculine: Rahuঅকায়ৰাহুराहुrahu...