কাক (Assamese) [ Roman: kak]
    Contributed by: archana rajbongshi on 2006-07-07
    1. Bird(Common Noun) a black colored common bird ক’লা বৰণৰ এক সাধাৰণ চৰাই
    2. (Pronoun-Common) an interrogative word used to ask about the object of an action কোনো ক্ৰিয়াৰ কৰ্ম সম্পৰ্কে প্ৰশ্ন কৰিবলৈ ব্যৱহাৰ কৰা এটা প্ৰশ্নবোধক শব্দ
    Contributed by: Atul Ch. Kakoti on 2009-11-08
    3. (Material Noun-Neuter) a stopping plug to stop the mouth of a glass bottle, made of a subset of generic cork tissue primarily from Cork Oak. কৰ্ক ওক গছৰ ছালৰ পৰা তৈয়াৰ কৰা এবিধ ঠিলা৷ ইয়াৰ দ্বাৰা চিচাৰ বটলৰ মুখত ঠিলা লগোৱা হয়৷