কহ (Assamese) [ Roman: ko.ho]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-13
1. (Verb-Trans.) to express one's thoughts, feelings etc in words মনৰ ভাৱ, অনুভূতি আদি শব্দত প্ৰকাশ কৰা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-22
2. Textile(Material Noun-Neuter) a substance, typically an inorganic oxide, that combines with a dye or stain and thereby fixes it in a material সূতা বা কাপোৰত ভালকৈ ৰং ধৰিবৰ কাৰণে প্ৰয়োগ কৰা ঈষৎ ৰঙচুৱা বৰণৰ পদাৰ্থ, সাধাৰণতে কোনো অজৈৱ অক্সাইড
কহ (Karbi)
Contributed by: Sarthe Teron Milik (ছাৰ্থে টেৰন মিলিক) on 2024-08-25
3. (Pronoun) interrogaive pronoun used to ask about the subject of an action. কোনো কাৰ্য্যৰ কৰ্ত্তাৰ বিষয়ে জানিবলৈ ব্যৱহাৰ কৰা প্ৰশ্নবোধক শব্দ।